يَا مُحَمَّدْ لَكَ اللِوَا وَالتاَّجْ
ও মুহাম্মদ, তোমাৰ বাবে পতাকা আৰু মুকুট
يَا مُحَمَّدْ لَكَ اللِوَا وَالتاَّجْ
يَا رَفِيعَ الجَنَاب
অ মোহাম্মদ, তোমাৰ বাবে পতাকা আৰু মুকুট
অ উচ্চ মর্যাদাৰ
أَنْتَ خُوطِبْتَ لَيْلَةَ الإسْرَاء
وَسَمِعْتَ الخِطَاب
তোমাক ইস্ৰাৰ ৰাতি সম্বোধন কৰা হৈছিল
আৰু তুমি সেই বাক্য শুনিলা
وَأُعْطِيتَ الشَفَاعَةَ العُظْمَى
فِي نَهَارِ الحِسَاب
আৰু তোমাক সৰ্বশ্ৰেষ্ঠ মধ্যস্থতা দিয়া হৈছিল
হিচাবৰ দিনা
كُنْ شَفِيعِي يَا مَنْ بُعِثْ رَحْمَة
رَحْمَة لِلْعَالَمِين
মোৰ মধ্যস্থতা কৰা, অ যাক দয়া হিচাপে পঠোৱা হৈছিলা
বিশ্বৰ বাবে দয়া